...

কেতিয়াবা সকলো ৰুদ্ধ হৈ পৰে
সময়ো আনকি

সকলোতে বন্ধ বতাহৰ দুৰ্বাদল গুমগুমনি

অকলশৰীয়াই কিজানি
আহ্লাদিত পলবোৰ
যেতিয়া মাথো সোঁৱৰণি

বিমোৰ আত্মাৰ অচিনাকি কঁপনি
ক'ত হেৰাই জীৱন মৰুৰ সঞ্জীবনী
মোৰ চিনাকী লগৰী...