এনেকৈয়ে…


এই যে
মুকুতাৰে সজোৱা ধুনীয়া প্রতিটো পল
সহচর্যৰ উত্তাপেৰে জীপাল জীৱন
তথাপিও সুখৰ বাট ধূসৰ
বানে,
গলি যোৱা সময়বোৰ কিয় বাস্প নোহোৱা হল?