Pages
কবিতা
গল্প
এলবাম
তোমাৰ মৰমৰ এপাহ অপৰাজিতা
ঠৰঙা লগা হিয়াত ইমান আলফুলকৈ ৰুই দিলা
ভঙা কাঁচৰ এইফালে এতিয়া
অকল স্পর্শাতীত নীলা
শব্দৰ ছন্দতো বান্ধ নাখাই জানা
ভাললগাৰ অন্তহীন হেঁপাহ
অপৰাধ কৰি বেঙাৰ দৰে কিয় হাঁহা
বাৰে বাৰে ওলাই অহা মিছিকিয়া হাঁহিটো ক'ত লুকুৱাও কোৱা?
Newer Post
Older Post
Home